അർത്ഥം : সন্মুখৰ ফাল
ഉദാഹരണം :
তেওঁ ্ লাহে লাহে আগলৈ গৈ আছে
പര്യായപദങ്ങൾ : আগপিনে, আগফাললৈ, আগফালে, মুখৰ ফালে, সন্মুখলৈ, সন্মুখৰ দিশে, সন্মুখৰ ফালে
അർത്ഥം : আগত আহিবলগীয়া সময়
ഉദാഹരണം :
ভৱিষ্যতে কাৰ কি হʼবলগা আছে কোনেও নাজানে
പര്യായപദങ്ങൾ : ভৱিষ্যত কালত, ভৱিষ্যতে
അർത്ഥം : ঠিক এই সময়ৰ পিছৰ পৰাই
ഉദാഹരണം :
আজিৰ পৰা এনে ভুল আগলৈ নকৰিবা