അർത്ഥം : কাৰোবাক হেয় কৰি ব্যঙ্গাত্মকভাৱে কোৱা কথা:তেওঁ ্ কথাই প্রতি ইতিকিং কৰে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : ইতিকিং, কটাক্ষ, ব্যঙ্গ-উক্তি
അർത്ഥം : নিজে কৰা ভুলৰ উপল্্ব্ধি হোৱাৰ পিচত মনলৈ অহা দুখ বা গ্লানি ভাৱ
ഉദാഹരണം :
দেউতাৰ কথা নমনাৰ বাবে মই অনুতাপ কৰিবলগীয়া হৈছে
പര്യായപദങ്ങൾ : অনুতাপ, অনুশোচনা, আত্মগ্লানি