അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অৱনমিত হোৱা বা কমি অহা কার্য ্বা ভাব
ഉദാഹരണം : শ্বেয়াৰ বজাৰৰ মূল্যত একেৰাহে হোৱা অৱনতিৰ কাৰণবোৰ বিচাৰ কৰা হৈছে
പര്യായപദങ്ങൾ : ন্যূনতা
അർത്ഥം : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
ഉദാഹരണം : বেয়া গুণে মানুহৰ পতন ঘটায়
പര്യായപദങ്ങൾ : অধঃপতন, অধঃপাত, অধোগমন, চ্যুতি, পতন
അർത്ഥം : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
ഉദാഹരണം : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
പര്യായപദങ്ങൾ : অধঃপতন, অধঃপাত, পতন, স্খলন
ഇൻസ്റ്റാൾ ചെയ്യുക