അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
ഉദാഹരണം : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
പര്യായപദങ്ങൾ : নমোৱা
അർത്ഥം : ওপৰৰ পৰা তললৈ অহা কার্য
ഉദാഹരണം : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত
പര്യായപദങ്ങൾ : অধোগতি, অধোগমন, অৱৰোহণ, নমা-, নমোৱা-
അർത്ഥം : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল
ഇൻസ്റ്റാൾ ചെയ്യുക