പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অসুখ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অসুখ   বিশেষ্য

അർത്ഥം : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

ഉദാഹരണം : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

പര്യായപദങ്ങൾ : কষ্ট, দুঃখ, দুখ, পীড়া, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

അർത്ഥം : দেহ-মন আদিক অসুস্থ কৰি তোলা শাৰীৰিক প্রক্রিয়া

ഉദാഹരണം : যত্ন নোলোৱা শৰীৰত নানান বেমাৰ হʼব পাৰে ডাঙৰ-ডাঙৰ ডাক্তৰেও ৰোগটো চিনাক্ত কৰিব নোৱাৰিলে

പര്യായപദങ്ങൾ : অসুখ-বিসুখ, অস্বস্থতা, আজাৰ, আধি-ব্যাধি, আর্তি, নৰিয়া, বিকাৰ, বেমাৰ, বেমাৰ-আজাৰ, ব্যাধি, ৰোগ, ৰোগ-ব্যাধি, ৰোগভোগ

അർത്ഥം : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

ഉദാഹരണം : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

പര്യായപദങ്ങൾ : অন্তর্দাহ, ক্লেশ, দুঃখ, দুখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ