അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ഉദാഹരണം : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
പര്യായപദങ്ങൾ : কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
അർത്ഥം : যিটো সহজ নহয়
ഉദാഹരണം : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত
പര്യായപദങ്ങൾ : কঠিন, বিষম
അർത്ഥം : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
ഉദാഹരണം : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
പര്യായപദങ്ങൾ : কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল
ഇൻസ്റ്റാൾ ചെയ്യുക