അർത്ഥം : অসম ৰাজ্যৰ ভাষা
ഉദാഹരണം :
তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে
പര്യായപദങ്ങൾ : অসমীয়া ভাষা
അർത്ഥം : অসম ৰাজ্যৰ অধিবাসী
ഉദാഹരണം :
ভালেমান অসমীয়া মোৰ ভাল বন্ধু
അർത്ഥം : অসম ৰাজ্যৰ নিবাসী
ഉദാഹരണം :
মোৰ ভালেমান অসমীয়া বন্ধু আছে
അർത്ഥം : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ
ഉദാഹരണം :
তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই
അർത്ഥം : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত
ഉദാഹരണം :
মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে
അർത്ഥം : অসমত থকা বা বসতি কৰা
ഉദാഹരണം :
সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত