അർത്ഥം : * পূর্ণৰূপত সফল ্নোহোৱা বা পতন হোৱা
ഉദാഹരണം :
আপোনাৰ কাৰণে মোৰ যোজনা অসফল হʼল
പര്യായപദങ്ങൾ : ফেইল হোৱা
അർത്ഥം : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
ഉദാഹരണം :
মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
പര്യായപദങ്ങൾ : পৰাজিত হোৱা, হৰা