അർത്ഥം : অষ্ট্রেলিয়াৰ নিবাসী
ഉദാഹരണം :
অষ্ট্রেলিয়ানে বৰ ভাল ক্রিকেট খেলে
പര്യായപദങ്ങൾ : অষ্ট্রেলিয়া বাসী, অষ্ট্রেলিয়া-বাসী, অষ্ট্রেলিয়াবাসী
അർത്ഥം : অষ্ট্রেলিয়াত কোৱা ভাষা
ഉദാഹരണം :
অষ্ট্রেলিয়ানৰ ব্যৱহাৰ ইউৰোপীয়ানৰ পৰা পূৱ অষ্ট্রেলিয়াত থকা লোক সকলে কৰে
പര്യായപദങ്ങൾ : অষ্ট্রেলিয়ান ভাষা
അർത്ഥം : অষ্ট্রেলিয়াৰ সৈতে সম্পর্কযুক্ত বা অষ্ট্রেলিয়াৰ
ഉദാഹരണം :
অষ্ট্রেলিয়ান ক্রিকেট খেলুৱৈসকলৰ আগত কোনো টিকিব নোৱাৰে