പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অশান্তি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অশান্তি   বিশেষ্য

അർത്ഥം : অনির্ণীত পৰিস্থিতিত মনৰ মাজত হোৱা উগুল-থুগুল ভাব

ഉദാഹരണം : পৰস্পৰ বিৰোধী ভাবৰ কাৰণে তেওঁৰ মনত অশান্তি হৈ আছে

പര്യായപദങ്ങൾ : চাঞ্চল্য, ্অশাঁতি

അർത്ഥം : কোনো ভয়ানক বা চিন্তাজনক ঘটনাৰ কাৰণে মানুহে খোৱা ভয় যাৰ ফলস্বৰূপে মানুহে নিজক ৰক্ষা কৰাৰ উপায় চিন্তা কৰে

ഉദാഹരണം : বোমা বিস্ফোৰণৰ লগে লগে মানুহৰ মাজত অশান্তি বিয়পি পৰিল

പര്യായപദങ്ങൾ : উদ্বেগ, ক্ষোভ

അർത്ഥം : আমনি দিয়া কথা আদি

ഉദാഹരണം : আপুনি আপোনাৰ অশান্তিৰ কথা কওক, তাৰ সমাধানৰ উপায় বিচৰাৰ চেষ্টা কৰা হʼব

അർത്ഥം : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা

ഉദാഹരണം : মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল

പര്യായപദങ്ങൾ : বিহ্বলতা, মানসিক চাপ