അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো বহুতেই কম
ഉദാഹരണം : অকণমান বৰষুণতে ৰোৱা-ধানখিনি নষ্ট হৈ গʼল
പര്യായപദങ്ങൾ : অকণমান, অলপমান, অলপীয়া, স্বল্প
അർത്ഥം : সংখ্যাত তাকৰ
ഉദാഹരണം : মোৰ অলপমান টকাৰ প্রয়োজন হৈছে
പര്യായപദങ്ങൾ : অলপমান
അർത്ഥം : যিটো হিচাপতকৈ কম
ഉദാഹരണം : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
പര്യായപദങ്ങൾ : অপ্রচুৰ, অপ্রতুল, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
അർത്ഥം : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত
ഉദാഹരണം : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে
പര്യായപദങ്ങൾ : কম, ন্যূন
ഇൻസ്റ്റാൾ ചെയ്യുക