അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এক হোৱা অৱস্থা বা ভাব:দেশৰ একতা আৰু অখণ্ডতা ৰক্ষা কৰা আমাৰ পৰম কর্তব্য
ഉദാഹരണം :
പര്യായപദങ്ങൾ : একতা, একত্ব, একাত্মতা, ঐকাত্ম্য, ঐক্য, ঐক্যবদ্ধতা, সংহতি
അർത്ഥം : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
ഉദാഹരണം : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
പര്യായപദങ്ങൾ : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, একতা, একৰূপতা, ঐক্য, তুল্যতা, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
അർത്ഥം : যি ভিন্ন নহয়
ഉദാഹരണം : তেওঁলোকৰ অভিন্ন যোৰাটো দেখি সকলো আনন্দিত হৈ পৰে
പര്യായപദങ്ങൾ : অপৃথক, অভিন্ন
അർത്ഥം : যিটো ভেদ্য নহয় বা যাৰ ভেদন সম্ভৱ নহয়
ഉദാഹരണം : প্রাচীন কালত ৰজাসকলে অভেদ্য দুর্গ নির্মাণ কৰিছিল
പര്യായപദങ്ങൾ : অচ্ছেদ্য, অভেদনীয়, অভেদ্য, দুর্ভেদ্য
ഇൻസ്റ്റാൾ ചെയ്യുക