അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মনৰ ভাল লগা ভাব
ഉദാഹരണം : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
പര്യായപദങ്ങൾ : ইচ্ছা, পছন্দ, ৰুচি
അർത്ഥം : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি
ഉദാഹരണം : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল
പര്യായപദങ്ങൾ : আগ্রহ, ইচ্ছা, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি
അർത്ഥം : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
ഉദാഹരണം : এইখন মোৰ অতি প্রিয় গ্রন্থ
പര്യായപദങ്ങൾ : পছন্দ, প্রিয়, ভাল লগা, ৰুচি
ഇൻസ്റ്റാൾ ചെയ്യുക