അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
ഉദാഹരണം : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
പര്യായപദങ്ങൾ : অখাজ, অখাদ্য, অপথ্য, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-
അർത്ഥം : যি খোৱাৰ যোগ্য নহয়
ഉദാഹരണം : এইটো অখাদ্য বস্তু
പര്യായപദങ്ങൾ : অখাজ, অখাদ্য, অপথ্য, অভক্ষ, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য
അർത്ഥം : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
ഉദാഹരണം : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
പര്യായപദങ്ങൾ : খাব নোৱাৰা, খাব নোৱৰা, বেয়া
ഇൻസ്റ്റാൾ ചെയ്യുക