അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অলপো জিৰণি নোলোৱাকৈ বা ক্রমভঙ্গ নকৰাকৈ
ഉദാഹരണം : শচীনে অবিৰতভাৱে ছয় মাৰি আছে
പര്യായപദങ്ങൾ : অনবৰত, নিৰন্তৰ
അർത്ഥം : যি কেতিয়াও সমাপ্ত নহয়
ഉദാഹരണം : প্রকৃতি ভগৱানৰ অন্তহীন বিস্তাৰ
പര്യായപദങ്ങൾ : অনন্ত, অন্তহীন
അർത്ഥം : নিৰন্তৰ হৈ থকা
ഉദാഹരണം : ধাৰাসাৰ বৰষুণৰ কাৰণে জন-জীৱন বিশৃংখল হৈ পৰিলে
പര്യായപദങ്ങൾ : অনবৰত, অবিৰাম, ধাৰাসাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക