അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজন বিচলিত নহয়
ഉദാഹരണം : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়
പര്യായപദങ്ങൾ : অবিচলিত, স্থিৰ
അർത്ഥം : যি সিদ্ধান্ত সলনি নহয়
ഉദാഹരണം : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
പര്യായപദങ്ങൾ : অটল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ
അർത്ഥം : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ഉദാഹരണം : পাহাৰ-পর্বত স্থিৰ
പര്യായപദങ്ങൾ : অচল, অচৰ, অটল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ഇൻസ്റ്റാൾ ചെയ്യുക