അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা
ഉദാഹരണം : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল
പര്യായപദങ്ങൾ : আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি, বিস্ময়
അർത്ഥം : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
ഉദാഹരണം : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
പര്യായപദങ്ങൾ : অদ্ভুত কাম, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়
അർത്ഥം : যি ্আশ্বর্য ্প্রকাশ কৰিছে
ഉദാഹരണം : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ
പര്യായപദങ്ങൾ : আচৰিত, স্তম্ভিত
അർത്ഥം : যি একো নকয়
ഉദാഹരണം : মৌন ব্যক্তিৰ মনত অহৰহ চিন্তা চলি থাকে তেওঁৰ ্কথাশুনি মই অবাক হৈ পৰিলোঁ
പര്യായപദങ്ങൾ : চুপ, মৌন
ഇൻസ്റ്റാൾ ചെയ്യുക