അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই
ഉദാഹരണം : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়
പര്യായപദങ്ങൾ : অমার্জিত, অসংস্কৃত
അർത്ഥം : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
ഉദാഹരണം : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
പര്യായപദങ്ങൾ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
അർത്ഥം : যিটোৰ শোধন কৰা হোৱা নাই
ഉദാഹരണം : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক
പര്യായപദങ്ങൾ : অশুদ্ধ, অশোধিত, অসংশোধিত, লেতেৰা
ഇൻസ്റ്റാൾ ചെയ്യുക