അർത്ഥം : আঁতৰোৱা বা পৃথক কৰা কার্য
ഉദാഹരണം :
ইয়াৰ অপসাৰণ জৰুৰী হৈ পৰিছে
അർത്ഥം : কোনো ব্যক্তি বা বাক্যক কোনো ঠাইৰ পৰা আঁ্তৰাই বা উলিয়াই দিয়া কার্য
ഉദാഹരണം :
আপুনি ইয়াৰ অপসাৰণ কিয় কৰিছে
അർത്ഥം : আঁতৰোৱা বা দূৰ কৰাৰ প্ৰক্ৰিয়া
ഉദാഹരണം :
ৰাস্তাত গোটখাই থকা জাবৰ-জোথৰবোৰ অপসাৰণ কৰা আৱশ্যক
പര്യായപദങ്ങൾ : দূৰ কৰা