അർത്ഥം : কোনো বস্তু, স্বামীত্ব আদিৰ অনুচিত বা বেয়া ধৰণে কৰা ব্যৱহাৰ
ഉദാഹരണം :
আমি নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা অনুচিত
അർത്ഥം : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
ഉദാഹരണം :
অপব্যৱহাৰো এক ধৰণৰ পাপ
പര്യായപദങ്ങൾ : অপপ্রয়োগ
അർത്ഥം : অনাহক আৰু অধিক খৰচ
ഉദാഹരണം :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
പര്യായപദങ്ങൾ : অতিখৰচী, অপচয়, অপপ্রয়োগ, অপব্যয়, আধানার্জ্জি