അർത്ഥം : যʼত কোনো পক্ষপাত নাথাকে
ഉദാഹരണം :
পক্ষপাতহীন দৃষ্টিভঙ্গী থকাজনেহে সঠিক সিদ্ধান্ত লʼব পাৰে
പര്യായപദങ്ങൾ : পক্ষপাতহীন
അർത്ഥം : যি পৰস্পৰ বিৰোধী পক্ষৰ পৰা আঁতৰি থাকে
ഉദാഹരണം :
নিৰপেক্ষ নেতাৰ কাৰণেই কেন্দ্রত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে আৰু ৰাষ্ট্রপতিৰ শা
പര്യായപദങ്ങൾ : উদাসীন, নি্র্দলীয়, নিৰপেক্ষ, পক্ষপাতৰহিত