അർത്ഥം : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য
ഉദാഹരണം :
কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
അർത്ഥം : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
ഉദാഹരണം :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
പര്യായപദങ്ങൾ : ফৰমাইচ
അർത്ഥം : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন
ഉദാഹരണം :
চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে
പര്യായപദങ്ങൾ : প্রার্থ্্না, মিনতি
അർത്ഥം : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা
ഉദാഹരണം :
আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ