പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অনুৰাগ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অনুৰাগ   বিশেষ্য

അർത്ഥം : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ഉദാഹരണം : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

പര്യായപദങ്ങൾ : আসক্তি, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

അർത്ഥം : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

ഉദാഹരണം : প্রেম নিস্বার্থ ্ হʼব লাগে

പര്യായപദങ്ങൾ : আসক্তি, পীৰিতি, প্রীতি, প্রেম, ভালপোৱা, মহব্বত

അർത്ഥം : আসক্ত হোৱা ক্রিয়া বা ভাব

ഉദാഹരണം : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

പര്യായപദങ്ങൾ : আসক্তি, ইচ্ছানুভূতি, টান, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

അർത്ഥം : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

ഉദാഹരണം : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

പര്യായപദങ്ങൾ : প্রণয়, প্রীতি, প্রেম, ভালপোৱা