പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অনুসন্ধান എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অনুসন্ধান   বিশেষ্য

അർത്ഥം : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

ഉദാഹരണം : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

പര്യായപദങ്ങൾ : তালাচী, বিচাৰ

അർത്ഥം : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য

ഉദാഹരണം : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল

പര്യായപദങ്ങൾ : অন্বেষণ, এষণা, গৱেষণা

അർത്ഥം : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

ഉദാഹരണം : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

പര്യായപദങ്ങൾ : অন্বেষণ, তদন্ত, বিচাৰ, বুজ

അർത്ഥം : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

ഉദാഹരണം : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

പര്യായപദങ്ങൾ : বিচাৰ, সম্পৰীক্ষা

അർത്ഥം : অবৈধ বস্তু বা কোনো ব্যক্তি আদিক ধৰিবৰ কাৰণে পুলিচ বা চৰকাৰী বিভাগৰ দ্বাৰা হঠাৎ কৰা বিচাৰ

ഉദാഹരണം : আজি পুলিচে মহাজন কৰোৰীমলৰ ঘৰত অনুসন্ধান চলালে