അർത്ഥം : অনুশাসন সম্বন্ধীয়
ഉദാഹരണം :
সংস্থাৰ ভ্রষ্টাচাৰী সভ্যসকলৰ বিৰুদ্ধে অনুশাসনমূলক কার্য্যবাহী ব্যৱস্থা লোৱা হʼব
പര്യായപദങ്ങൾ : অনুশাসনিক
അർത്ഥം : অনুশাসনৰ সৈতে যুক্ত
ഉദാഹരണം :
বিদ্যার্থীসকলৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰাটো অতি আৱশ্যক