പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অনুচ্ছেদ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অনুচ্ছেদ   বিশেষ্য

അർത്ഥം : কোনো এক বিষয়ৰ বিবেচনা কৰা নিয়মাৱলী, বিধান, সন্ধি আদিৰ বিশিষ্ট অংগ

ഉദാഹരണം : সংবিধানৰ ধাৰা ন-ৰ চাৰি নম্বৰ অনুচ্ছেদটো সলনি কৰিব পৰা নাযায়

പര്യായപദങ്ങൾ : উপধাৰা

അർത്ഥം : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়

ഉദാഹരണം : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে

പര്യായപദങ്ങൾ : দফা, পাৰাগ্রাফ, পেৰাগ্রাফ

അർത്ഥം : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অংক, অধ্যায়, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ