അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ভালৰ ওলোটা বা বিপৰীত
ഉദാഹരണം : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
പര്യായപദങ്ങൾ : অধম, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
അർത്ഥം : যিটো নৈতিক নহয় বা যʼত নৈতিকতা নাই
ഉദാഹരണം : যেতিয়া দেশৰ কর্ণধ্াৰসকলেই চুৰি, ঘোচখুৰীৰ দৰে অনৈতিক কাম কৰে তেতিয়া দেশৰ অৱস্থা কি হʼব!
പര്യായപദങ്ങൾ : অনীতিপূর্ণ, অনৈতিক, নীতিবিৰুদ্ধ, নৈতিকতাহীন
അർത്ഥം : যিটো উচিত বা যুগুত নহয়
ഉദാഹരണം : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
പര്യായപദങ്ങൾ : অন্যায়, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
ഇൻസ്റ്റാൾ ചെയ്യുക