അർത്ഥം : কাৰোবাৰ কোনো সিদ্ধান্ত মানি বা সেই অনুসৰি চলা
ഉദാഹരണം :
তেওঁ সন্ত কবীৰৰ অনুগামী
പര്യായപദങ്ങൾ : অনুগত
അർത്ഥം : কাৰোবাক সমান আচৰণ কৰোতা
ഉദാഹരണം :
ইয়াত অনুগামী লোকৰ অভাৱনো কʼত হৈছে
അർത്ഥം : আজ্ঞাৰ পালন কৰোতা
ഉദാഹരണം :
কৃষকজনে নিজৰ আজ্ঞাকাৰী পুত্রকলৈ বহুত সুখী আছিল
പര്യായപദങ്ങൾ : আজ্ঞা পালক, আজ্ঞাকাৰী, আজ্ঞাপালক