അർത്ഥം : বস্তুৰ বা কামৰ অগা-পিছা হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
পৰস্পৰৰ মাজত চিঠি পঠোৱাৰ ক্রম ভাঙি যাব নালাগে
പര്യായപദങ്ങൾ : ক্রম
അർത്ഥം : ক্রম অনুসাৰে হোৱা অৱস্থা
ഉദാഹരണം :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
പര്യായപദങ്ങൾ : অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা, শাৰী