അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ഉദാഹരണം : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
പര്യായപദങ്ങൾ : অস্বীকৃত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
അർത്ഥം : যাৰ অনুমতি দিয়া হোৱা নাই
ഉദാഹരണം : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
പര്യായപദങ്ങൾ : অসমর্থিত, অস্বীকৃত
അർത്ഥം : যিটো অনুমোদন কৰা হোৱা নাই
ഉദാഹരണം : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
പര്യായപദങ്ങൾ : অগৃহীত, অস্বীকৃত
ഇൻസ്റ്റാൾ ചെയ്യുക