പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অধীন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অধীন   ক্ৰিয়া বিশেষণ

അർത്ഥം : অধিকাৰ, প্রভাৱ আদিত

ഉദാഹരണം : শ্যামে মোৰ অধীনত কাম কৰে

অধীন   বিশেষণ

അർത്ഥം : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন

ഉദാഹരണം : মই এই কামটো কৰিবৰ কাৰণে বাধ্য

പര്യായപദങ്ങൾ : পৰবশ, বশীভূত, বাধ্য

അർത്ഥം : যি কাৰোবাৰ বশীভূত হৈ আছে

ഉദാഹരണം : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল

അർത്ഥം : যি আনৰ অধীন

ഉദാഹരണം : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়

പര്യായപദങ്ങൾ : গোলাম, পৰবশ, পৰাধীন

അർത്ഥം : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা

ഉദാഹരണം : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল

പര്യായപദങ്ങൾ : অধীনস্থ