പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অধিকাৰী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অধিকাৰী   বিশেষ্য

അർത്ഥം : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে

ഉദാഹരണം : ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

അർത്ഥം : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি

ഉദാഹരണം : এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে

പര്യായപദങ്ങൾ : দাবীদাৰ

അർത്ഥം : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি

ഉദാഹരണം : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল

പര്യായപദങ്ങൾ : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা

অধিকাৰী   বিশেষণ

അർത്ഥം : যাক অধিকাৰ দিয়া হৈছে বা যাৰ কোনো কাম কৰাৰ বা পোৱাৰ অধিকাৰ আছে

ഉദാഹരണം : আইতাৰ উইলনামা অনুসৰি ৰামেই এই ঘৰটোৰ অধিকাৰী

പര്യായപദങ്ങൾ : হকদাৰ