പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অধিকাৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অধিকাৰ   বিশেষ্য

അർത്ഥം : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব

ഉദാഹരണം : সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে

അർത്ഥം : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়

ഉദാഹരണം : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে

പര്യായപദങ്ങൾ : দখল, স্বত্ব, হক

അർത്ഥം : অধিপতি হোৱা অৱস্থা বা ভাব

ഉദാഹരണം : প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল

പര്യായപദങ്ങൾ : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ

അർത്ഥം : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

ഉദാഹരണം : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

പര്യായപദങ്ങൾ : শক্তি