അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : একেবাৰে নিম্ন বা নিকৃষ্ট মানৰ ব্যক্তি
ഉദാഹരണം : অধম পুৰুষে নীচ কাম কৰিবলৈ কেতিয়াও পিছ নোহোঁহকে
പര്യായപദങ്ങൾ : অধম পুৰুষ, নীচ পুৰুষ, নৰাধম
അർത്ഥം : যি প্রবল নহয়
ഉദാഹരണം : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
പര്യായപദങ്ങൾ : অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া, মন্দ
അർത്ഥം : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
അർത്ഥം : ভালৰ ওলোটা বা বিপৰীত
ഉദാഹരണം : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
പര്യായപദങ്ങൾ : অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
അർത്ഥം : যি পাপ কৰে বা পাপ কৰোতা
ഉദാഹരണം : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
പര്യായപദങ്ങൾ : অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী
അർത്ഥം : একেবাৰে নিম্ন বা নিকৃষ্ট মানদণ্ডৰ
ഉദാഹരണം : তোমাৰ হীন কাণ্ড-কাৰখানাত মই অতীষ্ঠ হৈ পৰিছোঁ
പര്യായപദങ്ങൾ : ইতৰ, খাখৰু, খেকাৰখোৱা, খেচ, তুচ্ছ, নীচ, নীহ, হীন
ഇൻസ്റ്റാൾ ചെയ്യുക