അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : আৱশ্যকতা অনুসৰি নির্দিষ্ট পৰিমাণতকৈ অলপ বেছি যোগ কৰা, বঢ়োৱা বা লগ লগোৱা
ഉദാഹരണം : অতিৰিক্ত খোৱাটো বেয়া
പര്യായപദങ്ങൾ : অতি বেছি, ওপৰঞ্চি, জিয়াদা, মাত্রাধিক, মাত্রাৰিক্ত
അർത്ഥം : নিয়ত, প্রচলিত বা সাধাৰণতকৈ অধিক
ഉദാഹരണം : এই মূল্যবৃদ্ধিৰ সময়ত অতিৰিক্ত আয় অবিহনে ঘৰ চলোৱা কঠিন
ഇൻസ്റ്റാൾ ചെയ്യുക