അർത്ഥം : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
ഉദാഹരണം :
ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
പര്യായപദങ്ങൾ : প্রাসাদ
അർത്ഥം : যিটো ভৱন অতি ওখ
ഉദാഹരണം :
তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
പര്യായപദങ്ങൾ : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান
അർത്ഥം : যি ভৱনত ভালেমান মহল থাকে
ഉദാഹരണം :
মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে
പര്യായപദങ്ങൾ : বহুমহলীয়া ভৱন