അർത്ഥം : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
ഉദാഹരണം :
কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
പര്യായപദങ്ങൾ : অক্ষুণ্ণ, অপৰিবর্ত্তিত, বাহাল
അർത്ഥം : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
ഉദാഹരണം :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
പര്യായപദങ്ങൾ : অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত