അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি পৰিচিত নহয়
ഉദാഹരണം : যাত্রা কৰোতে কোনো অপৰিচিত ব্যক্তিৰ পৰা খোৱা বস্তু লʼব নালাগে
പര്യായപദങ്ങൾ : অচিন, অচিনাকি, অজানা, অপৰিচিত
അർത്ഥം : যিটো জ্ঞাত নহয়
ഉദാഹരണം : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
പര്യായപദങ്ങൾ : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অচিনাকি, অজানা, অজ্ঞাত, অপৰিচিত, নজনা-নুশুনা
ഇൻസ്റ്റാൾ ചെയ്യുക