അർത്ഥം : জড় হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
জড় পদার্থত ্জড়তা পোৱা যায়
പര്യായപദങ്ങൾ : চেতনহীনতা, চেতনাহীনতা, জড়তা, জড়ত্ব, জীৱনহীনতা
അർത്ഥം : ৰোগ, ভয়, শোক আদিৰ কাৰণে উদয় হোৱা সেই অৱস্থা যʼত প্রাণী সংজ্ঞাহীন হৈ পৰে
ഉദാഹരണം :
মামাৰ মৃত্যুৰ খবৰটো শুনি মামী মূর্চ্ছা গʼল
പര്യായപദങ്ങൾ : বেহুচ, মূচকচ, মূর্চ্ছা, সংজ্ঞাশূন্যতা
അർത്ഥം : চেতনা নোহোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
কুষ্ঠৰোগ হোৱা ছালৰ অংশবোৰত অচেতনতা আহি পৰে
പര്യായപദങ്ങൾ : অচেতনা, চেতনাশূন্যতা, চেতনাহীনতা