അർത്ഥം : যি চঞ্চল নহয়
ഉദാഹരണം :
মানুহজন গম্ভীৰ স্বভাৱৰ
പര്യായപദങ്ങൾ : অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ, স্থিৰ
അർത്ഥം : যাৰ চিত্ত স্থিৰ
ഉദാഹരണം :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
പര്യായപദങ്ങൾ : অমত্ত, প্রশান্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত