പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অঙ্ক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অঙ্ক   বিশেষ্য

അർത്ഥം : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

ഉദാഹരണം : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

പര്യായപദങ്ങൾ : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

അർത്ഥം : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

ഉദാഹരണം : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

പര്യായപദങ്ങൾ : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

അർത്ഥം : শূন্যৰ পৰা নলৈকে সংখ্যা

ഉദാഹരണം : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

പര്യായപദങ്ങൾ : অংক

അർത്ഥം : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

ഉദാഹരണം : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

പര്യായപദങ്ങൾ : অংক, নম্বৰ

അർത്ഥം : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

ഉദാഹരണം : এক কোটি বহুত ডাঙৰ সংখ্যা

പര്യായപദങ്ങൾ : অংক, সংখ্যা, ৰাশি

അർത്ഥം : সংখ্যাৰ চিহ্ন

ഉദാഹരണം : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

പര്യായപദങ്ങൾ : অংক, সংখ্যা