അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অকলে থকা বা মানুহৰ সৈতে মিলামিছা নকৰা ব্যক্তি
ഉദാഹരണം : তেওঁ অকলশৰীয়া
അർത്ഥം : অকলে হোৱা দশা বা ভাৱ
ഉദാഹരണം : মোৰ মন অকলশৰীয়া ভাৱেৰে ভৰি পৰিছে
പര്യായപദങ്ങൾ : শূন্যতা
അർത്ഥം : নিজান ঠাইত থকা বা বসবাস কৰোতা
ഉദാഹരണം : অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
പര്യായപദങ്ങൾ : একাকিন
അർത്ഥം : যাৰ লগত কোনো নাই বা নাথাকে
ഉദാഹരണം : তেওঁ অকলশৰীয়া জীৱন কটাই আছে
പര്യായപദങ്ങൾ : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ
അർത്ഥം : বেলেগৰ পৰা অকলে থকা
ഉദാഹരണം : তেওঁ ভীৰতো অকলশৰীয়া আছিল
പര്യായപദങ്ങൾ : নিসংগ
ഇൻസ്റ്റാൾ ചെയ്യുക