പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অংক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অংক   বিশেষ্য

അർത്ഥം : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

ഉദാഹരണം : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

പര്യായപദങ്ങൾ : সংখ্যা

അർത്ഥം : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

ഉദാഹരണം : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

പര്യായപദങ്ങൾ : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

അർത്ഥം : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়

ഉദാഹരണം : তেওঁ গণিতত বৰ চোকা

പര്യായപദങ്ങൾ : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র

അർത്ഥം : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

ഉദാഹരണം : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

പര്യായപദങ്ങൾ : অংকতল অংকদেশ, অঙ্ক, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

അർത്ഥം : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : দৃশ্য, নাট্যাংক, নাট্যাংশ

അർത്ഥം : শূন্যৰ পৰা নলৈকে সংখ্যা

ഉദാഹരണം : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

പര്യായപദങ്ങൾ : অঙ্ক

അർത്ഥം : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

ഉദാഹരണം : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

പര്യായപദങ്ങൾ : অঙ্ক, নম্বৰ

അർത്ഥം : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

ഉദാഹരണം : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

പര്യായപദങ്ങൾ : খণ্ড, নম্বৰ, সংখ্যা

അർത്ഥം : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

ഉദാഹരണം : এক কোটি বহুত ডাঙৰ সংখ্যা

പര്യായപദങ്ങൾ : অঙ্ক, সংখ্যা, ৰাশি

അർത്ഥം : সংখ্যাৰ চিহ্ন

ഉദാഹരണം : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

പര്യായപദങ്ങൾ : অঙ্ক, সংখ্যা

അർത്ഥം : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ