അർത്ഥം : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
ഉദാഹരണം :
খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
പര്യായപദങ്ങൾ : সংখ্যা
അർത്ഥം : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
ഉദാഹരണം :
ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
പര്യായപദങ്ങൾ : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
അർത്ഥം : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়
ഉദാഹരണം :
তেওঁ গণিতত বৰ চোকা
പര്യായപദങ്ങൾ : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র
അർത്ഥം : শূন্যৰ পৰা নলৈকে সংখ্যা
ഉദാഹരണം :
তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
പര്യായപദങ്ങൾ : অঙ্ক